×
Image

ছলেহ ইবনে ফাওজান আল-ফাওজান

শ্বাইখ ছলেহ বিন ফাওজান আল-ফাওজান ২৮ ছেপ্টেম্বৰ ১৯৩৫ চনত জন্ম গ্ৰহণ কৰিছে। তেখেত ৰাজকীয় ছৌদি আৰবৰ সৰ্বোচ্চ উলামা পৰিষদৰ সদস্য। তেখেত কেইবাটাও গ্ৰন্থ ৰচনা কৰিছে। তাৰে মাজত উল্লেখযোগ্য হৈছে “কিতাবুত-তাওহীদ”।

Image

আমীন ইবন আব্দুল্লাহ আশ্ব -শ্বাকাৱী

ছৌদি আৰবৰ ইছলাম বিষয়ক মন্ত্ৰণালয়ৰ দাৱাত বিভাগৰ সদস্য আৰু ৰিয়াদত অৱস্থিত জামে আত তাওহীদ মছজিদৰ খতীব। তেওঁ ইমাম মুহাম্মাদ ইবন ছাউদ আল-ইছলামিয়্যাহ বিশ্ববিদ্যালয়ৰ পৰা ১৪১৫ হিজৰীত অনাৰ্চ ডিগ্ৰি লাভ কৰে। ১৩৮৪ হিজৰীত তেওঁৰ জন্ম। তেওঁ কিং ছউদ বিশ্ববিদ্যালয়ৰ পৰা ১৪১৯ হিজৰীত মাস্টাৰ্চ আৰু লেবাননৰ পৰা ১৪২৬ হিজৰীত ডক্টৰেট ডিগ্ৰি লাভ....