×
Image

ইছলাম বিনষ্টকাৰী বিষয়সমূহ - (অসমীয়া)

উক্ত প্ৰৱন্ধটোত ইছলাম বিনষ্টকাৰী দহটা বিষয় সংক্ষিপ্তভাৱে বৰ্ণনা কৰা হৈছে, যিবোৰ জনা প্ৰত্যেকজন মুছলিমৰ বাবে অপৰিহাৰ্য।

Image

(চৰীয়তৰ দৃষ্টিত) মাজাৰ আৰু কবৰৰ উদ্দেশ্যে কুৰবানী, মান্নত আৰু হাদিয়া পেচ কৰা আৰু এইবোৰৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা - (অসমীয়া)

মাজাৰ আৰু কবৰৰ উদ্দেশ্যে কুৰবানী, মান্নত আৰু হাদিয়া পেচ কৰা আৰু এইবোৰৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা এটা ডাঙৰ পাপ। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এই ধৰণৰ পাপ কাৰ্যৰ পৰা মুছলিম উম্মাহক কঠোৰভাৱে নিষেধ কৰিছে।উক্ত প্ৰৱন্ধটোত এই বিষয়ে আলোচনা কৰা হৈছে।

Image

বিদ‘আতৰ সংজ্ঞা, প্ৰকাৰভেদ আৰু আহকাম - (অসমীয়া)

বিদআত যিহেতু এটা ভয়াৱহ বিজানু, সেয়ে ইয়াৰ পৰা দুৰৈত থকা প্ৰত্যেকজন মুমিনৰ কৰ্তব্য।উক্ত প্ৰৱন্ধটোত বিদ‘আতৰ সংজ্ঞা, প্ৰকাৰভেদ আৰু আহকাম বৰ্ণনা কৰা হৈছে।

Image

ইছলামক লৈ কৰা বিদ্ৰূপৰ ভয়ঙ্কৰ প্ৰৱণতা - (অসমীয়া)

বৰ্তমান সময়ত গোটেই বিশ্বত, আনকি মুছলিমসকলৰ মাজতো ইছলামক ব্যঙ্গ-বিদ্ৰূপ কৰাৰ প্ৰৱণতা বৃদ্ধি পাইছে। অথচ এইটো এটা ভয়ঙ্কৰ অপৰাধ, যিয়ে ব্যক্তিক ইছলামৰ পৰা বহিষ্কাৰ কৰি দিয়ে আৰু জাহান্নামক তাৰ ঠিকনা বনাই দিয়ে। এই প্ৰৱন্ধত কোৰআন আৰু ছুন্নাহৰ আলোকত ইছলাম লৈ কৰা বিদ্ৰূপৰ ভয়াৱহ পৰিণতি সম্পৰ্কে আলোচনা কৰা হৈছে।

Image

ছালাত আদায় কৰাৰ পদ্ধতি - (অসমীয়া)

উক্ত পোষ্টাৰত অজু আৰু ছালাত আদায় কৰাৰ সঠিক পদ্ধতি বৰ্ণনা কৰা হৈছে।

Image

মই এজন মুছলিম - (অসমীয়া)

মই এজন মুছলিম

Image

উহুদৰ শ্বহীদসকলৰ কবৰ জিয়াৰতৰ চৰিয়তী বিধান - (অসমীয়া)

উহুদ: মদীনাৰ এটা প্ৰসিদ্ধ পাহাৰ। এই উহুদত সেই ঐতিহাসিক ঘটনা সংঘটিত হৈছিল, য’ত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ দাঁত ভাঙিছিল আৰু তেওঁৰ সন্মানিত চেহাৰাত আঘাতপ্ৰাপ্ত হৈছিল। এই প্ৰৱন্ধটোত উহুদৰ শ্বহীদসকলৰ কবৰস্থানত গৈ তেওঁলোকৰ প্ৰতি ছালাম আৰু তেওঁলোকৰ বাবে দুআ কৰাৰ উদ্দেশ্যে জিয়াৰত কৰাৰ চৰিয়ত সন্মত বিধি-বিধান লৈ আলোচনা কৰা হৈছে।

Image

ধৰ্মনিৰপেক্ষতাবাদ আৰু ইছলাম - (অসমীয়া)

ৰাষ্ট্ৰীয় জীৱন আৰু সামাজিক জীৱনৰ পৰা ধৰ্মক বহিষ্কাৰ কৰি জাগতিক জ্ঞান আৰু বিবেকবুদ্ধিৰ ভিত্তিত জীৱনব্যৱস্থা প্ৰতিষ্ঠা কৰাৰ আহ্বানেই হৈছে ধৰ্মনিৰপেক্ষতা। যি ব্যক্তিয়ে ইছলাম ধৰ্মৰ পৰিৱৰ্তে ধৰ্মনিৰপেক্ষতাত বিশ্বাস কৰে আৰু জীৱনৰ সকলো ক্ষেত্ৰত ইছলামী শ্বৰীয়তক আইন হিচাপে গ্ৰহণ নকৰে আৰু আল্লাহ তাআলাই যিবোৰ হাৰাম কৰিছে সেইবিলাকক তেওঁ নিষিদ্ধ বুলি নাভাবে- তেওঁ....

Image

পৱিত্ৰ কোৰআন কি? - (অসমীয়া)

পৱিত্ৰ কোৰআন কি?

Image

পুৱা গধূলি পঢ়িবলগীয়া দুআসমূহ - (অসমীয়া)

পুৱা গধূলি পঢ়িবলগীয়া দুআসমূহ

Image

যুলহিজ্জা মাহৰ প্ৰথম দহ দিনৰ : ফজিলত আৰু আমল - (অসমীয়া)

এই প্ৰবন্ধত কোৰআন আৰু ছুন্নাহৰ আলোকত যুলহিজ্জা মাহৰ প্ৰথম দহকৰ ফজিলত, আৰু ইয়াত কৰিবলগীয়া আমলসমূহ আলোচনা কৰা হৈছে।

Image

নাৰীসকলৰ প্রতি মুকলি চিঠি - (অসমীয়া)

এই প্ৰতিবেদনত পৃথিৱীৰ সকলো ধৰ্মৰ নাৰী সকলৰ প্ৰতি পৰ্দাৰ বিষয়টো সুস্থ বিবেকেৰে সুবিবেচনা কৰিবলৈ আহ্বান জনোৱা হৈছে।