অসমীয়া ভাষাত আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ। [ 019 ] ছুৰা মাৰয়াম
- মিশ্বাৰী বিন ৰা-শ্বিদ আল আফাছী
- 21/02/2025
অসমীয়া ভাষাত (ছুৰা মাৰয়াম)ৰ অৰ্থানুবাদৰ অডিঅ ৰেকৰ্ডিং। আয়াত অনুসৰি খণ্ডিত। লগতে ক্বাৰী মিশ্বাৰী ৰাশ্বিদ আল-আফাছীৰ কণ্ঠত তিলাৱত।