অসমীয়া ভাষাত আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ। [ 013 ] ছুৰা ৰাআদ
- মিশ্বাৰী বিন ৰা-শ্বিদ আল আফাছী
- 10/12/2024
অসমীয়া ভাষাত (ছুৰা ৰাআদ)ৰ অৰ্থানুবাদৰ অডিঅ ৰেকৰ্ডিং। আয়াত অনুসৰি খণ্ডিত। লগতে ক্বাৰী মিশ্বাৰী ৰাশ্বিদ আল-আফাছীৰ কণ্ঠত তিলাৱত।