অসমীয়া ভাষাত আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ। [ 007 ] ছুৰা আল-আ’ৰাফ
- মিশ্বাৰী বিন ৰা-শ্বিদ আল আফাছী
- 31/10/2024
অসমীয়া ভাষাত (ছুৰা আল-আ’ৰাফ)ৰ অৰ্থানুবাদৰ অডিঅ ৰেকৰ্ডিং। আয়াত অনুসৰি খণ্ডিত। লগতে ক্বাৰী মিশ্বাৰী ৰাশ্বিদ আল-আফাছীৰ কণ্ঠত তিলাৱত।