×
Image

পৱিত্ৰ কোৰআন কি? - (অসমীয়া)

পৱিত্ৰ কোৰআন কি?

Image

ৰজব মাহ সম্পৰ্কে জ্ঞাতব্য - (অসমীয়া)

ৰজব মাহ সম্পৰ্কে জ্ঞাতব্যঃ পৱিত্ৰ মাহ সমূহৰ বৰ গুৰুত্ব আহিছে। সেই পৱিত্ৰ মাহ সমূহৰ মাজতে এটা হৈছে ৰজব মাহ। গতিকে পাপ কৰ্ম আৰু প্ৰচলিত বিদআত বৰ্জন কৰি এই মাহৰ পৱিত্ৰতা ৰক্ষা কৰা প্ৰত্যেকৰে দায়িত্ব। এই প্ৰৱন্ধত সেই বিষয়টোকে উল্লেখ কৰা হৈছে।

Image

অসমীয়া ভাষাত আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ। [ 008 ] ছুৰা আল-আনফাল - (অসমীয়া)

অসমীয়া ভাষাত (ছুৰা আল-আনফাল)ৰ অৰ্থানুবাদৰ অডিঅ ৰেকৰ্ডিং। আয়াত অনুসৰি খণ্ডিত। লগতে ক্বাৰী মিশ্বাৰী ৰাশ্বিদ আল-আফাছীৰ কণ্ঠত তিলাৱত।

Image

ৰজব মাহত ছিয়াম পালন কৰা সম্পৰ্কে - (অসমীয়া)

ৰজব মাহত ছিয়াম পালন কৰা সম্পৰ্কে শ্বাইখ ছলেহ আল মুনাজ্জিদ হাফিজাহুল্লাহৰ দ্বাৰা পৰিচালিত ৱেব ছাইট আল ইছলাম প্ৰশ্ন উত্তৰৰ পৰা ফতোৱাটোৰ অসমীয়া অনুবাদ আগবঢ়োৱা হ’ল।

Image

মছজিদৰ ইমাম-মুৱাজ্জিনক যাকাতৰ ধন দিয়া যাবনে? - (অসমীয়া)

প্ৰশ্ন: মছজিদৰ ইমাম-মুৱাজ্জিন যদি আৰ্থিকভাৱে সচ্ছল নহয় তেনেহ’লে তেওঁলোকক যাকাতৰ পৰা এটা অংশ দিব পাৰিনে? উক্ত ফতোৱাত এই প্ৰশ্নৰ উত্তৰ দিয়া হৈছে।

Image

বছৰৰ মাজত উপাৰ্জিত সম্পদৰ যাকাত - (অসমীয়া)

প্ৰশ্ন: সম্পদৰ যাকাত নিচাব পৰিমাণ হোৱাৰ পৰা হিচাপ কৰা হ’ব? নে বছৰ পূৰ্ণ হোৱাৰ পিছত হিচাপ কৰা হ’ব? উক্ত ফতোৱাত প্ৰশ্নৰ উত্তৰ প্ৰদান কৰা হৈছে।

Image

নাৰীসকলৰ প্রতি মুকলি চিঠি - (অসমীয়া)

এই প্ৰতিবেদনত পৃথিৱীৰ সকলো ধৰ্মৰ নাৰী সকলৰ প্ৰতি পৰ্দাৰ বিষয়টো সুস্থ বিবেকেৰে সুবিবেচনা কৰিবলৈ আহ্বান জনোৱা হৈছে।

Image

ওমৰাৰ আৰকান, কৰণীয় আৰু তাৰ বিধান - (অসমীয়া)

এইটো এখন পামফ্লেট, যত ওমৰাৰ আৰকান, কৰণীয় আৰু তাৰ বিধান সহজ-সৰলভাৱে বৰ্ণনা কৰা হৈছে।

Image

হজ্জৰ আৰকান, কৰণীয় আৰু তাৰ বিধান - (অসমীয়া)

এইটো এখন পামফ্লেট, যত হজ্জৰ আৰকান, কৰণীয় আৰু তাৰ বিধান সহজ-সৰলভাৱে বৰ্ণনা কৰা হৈছে।

Image

কবিৰা গুনাহ কৰিলে ছওম নষ্ট হয় নেকি? - (অসমীয়া)

উক্ত ফতোৱাত কবিৰা গুনাহ কৰিলে ছওম নষ্ট হ’বনে নাই সেই বিষয়টো স্পষ্ট কৰা হৈছে।

Image

অসমীয়া ভাষাত আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ। [ 009 ] ছুৰা আত-তাওবা - (অসমীয়া)

অসমীয়া ভাষাত (ছুৰা আত-তাওবা)ৰ অৰ্থানুবাদৰ অডিঅ ৰেকৰ্ডিং। আয়াত অনুসৰি খণ্ডিত। লগতে ক্বাৰী মিশ্বাৰী ৰাশ্বিদ আল-আফাছীৰ কণ্ঠত তিলাৱত।

Image

অসমীয়া ভাষাত আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ। [ 010 ] ছুৰা ইউনুছ - (অসমীয়া)

অসমীয়া ভাষাত (ছুৰা ইউনুছ)ৰ অৰ্থানুবাদৰ অডিঅ ৰেকৰ্ডিং। আয়াত অনুসৰি খণ্ডিত। লগতে ক্বাৰী মিশ্বাৰী ৰাশ্বিদ আল-আফাছীৰ কণ্ঠত তিলাৱত।