×
Image

আশ্বুৰাৰ ৰোজা ৰখাৰ ফজীলত - (অসমীয়া)

উক্ত ফতোৱাটোত এই প্ৰশ্নৰ উত্তৰ দিয়া হৈছে। প্ৰশ্ন: মই শুনিছো আশ্বুৰাৰ ৰোজাই বিগত বছৰৰ গুনাহ মোচন কৰি দিয়ে- এইটো সঁচা নে? সকলো গুনাহ মোচন কৰেনে; কবিৰা গুনাহো মোচন কৰে নেকি? এই দিনৰ ইমান ডাঙৰ মৰ্যদাৰ কাৰণ কি?

Image

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ জন্ম আৰু মৃত্যুৰ তাৰিখ সম্পৰ্কে আলিমসকলৰ একাধিক অভিমত আৰু অগ্ৰগণ্য মতৰ উল্লেখ - (অসমীয়া)

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ জন্ম আৰু মৃত্যুৰ তাৰিখ সম্পৰ্কে আলিমসকলৰ মাজত একাধিক অভিমত পোৱা যায়। সেয়ে এই ফতোৱাটোত সেই সকলো মত উল্লেখ কৰি অগ্ৰগণ্য মত পোষণ কৰা হৈছে।

Image

অসমীয়া ভাষাত আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ। [ 011 ] ছুৰা হূদ - (অসমীয়া)

অসমীয়া ভাষাত (ছুৰা হূদ)ৰ অৰ্থানুবাদৰ অডিঅ ৰেকৰ্ডিং। আয়াত অনুসৰি খণ্ডিত। লগতে ক্বাৰী মিশ্বাৰী ৰাশ্বিদ আল-আফাছীৰ কণ্ঠত তিলাৱত।

Image

অসমীয়া ভাষাত আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ। [ 012 ] ছুৰা ইউছুফ - (অসমীয়া)

অসমীয়া ভাষাত (ছুৰা ইউছুফ)ৰ অৰ্থানুবাদৰ অডিঅ ৰেকৰ্ডিং। আয়াত অনুসৰি খণ্ডিত। লগতে ক্বাৰী মিশ্বাৰী ৰাশ্বিদ আল-আফাছীৰ কণ্ঠত তিলাৱত।

Image

অসমীয়া ভাষাত আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ। [ 013 ] ছুৰা ৰাআদ - (অসমীয়া)

অসমীয়া ভাষাত (ছুৰা ৰাআদ)ৰ অৰ্থানুবাদৰ অডিঅ ৰেকৰ্ডিং। আয়াত অনুসৰি খণ্ডিত। লগতে ক্বাৰী মিশ্বাৰী ৰাশ্বিদ আল-আফাছীৰ কণ্ঠত তিলাৱত।

Image

অসমীয়া ভাষাত আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ। [ 014 ] ছুৰা ইব্ৰাহীম - (অসমীয়া)

অসমীয়া ভাষাত (ছুৰা ইব্ৰাহীম)ৰ অৰ্থানুবাদৰ অডিঅ ৰেকৰ্ডিং। আয়াত অনুসৰি খণ্ডিত। লগতে ক্বাৰী মিশ্বাৰী ৰাশ্বিদ আল-আফাছীৰ কণ্ঠত তিলাৱত।

Image

অসমীয়া ভাষাত আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ। [ 015 ] ছুৰা আল-হিজৰ - (অসমীয়া)

অসমীয়া ভাষাত (ছুৰা আল-হিজৰ)ৰ অৰ্থানুবাদৰ অডিঅ ৰেকৰ্ডিং। আয়াত অনুসৰি খণ্ডিত। লগতে ক্বাৰী মিশ্বাৰী ৰাশ্বিদ আল-আফাছীৰ কণ্ঠত তিলাৱত।

Image

অসমীয়া ভাষাত আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ। [ 001 ] ছুৰা আল-ফাতিহা - (অসমীয়া)

অসমীয়া ভাষাত (ছুৰা আল-ফাতিহা)ৰ অৰ্থানুবাদৰ অডিঅ ৰেকৰ্ডিং। আয়াত অনুসৰি খণ্ডিত। লগতে ক্বাৰী মিশ্বাৰী ৰাশ্বিদ আল-আফাছীৰ কণ্ঠত তিলাৱত।

Image

অসমীয়া ভাষাত আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ। [ 016 ] ছুৰা আন-নাহল - (অসমীয়া)

অসমীয়া ভাষাত (ছুৰা আন-নাহল)ৰ অৰ্থানুবাদৰ অডিঅ ৰেকৰ্ডিং। আয়াত অনুসৰি খণ্ডিত। লগতে ক্বাৰী মিশ্বাৰী ৰাশ্বিদ আল-আফাছীৰ কণ্ঠত তিলাৱত।

Image

অসমীয়া ভাষাত আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ। [ 007 ] ছুৰা আল-আ’ৰাফ - (অসমীয়া)

অসমীয়া ভাষাত (ছুৰা আল-আ’ৰাফ)ৰ অৰ্থানুবাদৰ অডিঅ ৰেকৰ্ডিং। আয়াত অনুসৰি খণ্ডিত। লগতে ক্বাৰী মিশ্বাৰী ৰাশ্বিদ আল-আফাছীৰ কণ্ঠত তিলাৱত।

Image

অসমীয়া ভাষাত আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ। [ 002 ] ছুৰা আল-বাক্বাৰাহ - (অসমীয়া)

অসমীয়া ভাষাত (ছুৰা আল-বাক্বাৰাহ)ৰ অৰ্থানুবাদৰ অডিঅ ৰেকৰ্ডিং। আয়াত অনুসৰি খণ্ডিত। লগতে ক্বাৰী মিশ্বাৰী ৰাশ্বিদ আল-আফাছীৰ কণ্ঠত তিলাৱত।

Image

পাঁচ ওৱাক্ত ছালাতৰ সময় তালিকা - (অসমীয়া)

এইখন পাঁচ ওৱাক্ত ছালাতৰ সঠিক সময় তালিকা গুৱাটীৰ বাবে। আন আন জিলাসমূহৰ বাবে তলত উল্লেখ কৰা হৈছে ক’ত কিমান আগত আৰু পিছত সেই অনুযায়ী সঠিক সময় নিৰ্ধাৰণ কৰিব পাৰিব। যিকোনো ব্যক্তিয়ে ইয়াক ছপা কৰি মছজিদসমূহত দান কৰিব পাৰে। আল্লাহে ইয়াৰ প্ৰস্তুতকাৰীক আৰু মুদ্ৰণকাৰীক উত্তম প্ৰতিদান দিয়ক। আমীন।