صوم عاشوراء لمن عليه قضاء رمضان

أعرض المحتوى باللغة الأصلية anchor

translation লেখক : ইছলাম প্ৰশ্ন আৰু উত্তৰ ৱেবছাইট
1

যাৰ ওপৰত ৰমজানৰ কাযা ছওম আছে সেই ব্যক্তিৰ আশ্বুৰাৰ ছওম (ৰোজা) পালন

6.4 MB DOCX
2

যাৰ ওপৰত ৰমজানৰ কাযা ছওম আছে সেই ব্যক্তিৰ আশ্বুৰাৰ ছওম (ৰোজা) পালন

373.2 KB PDF

فتوى مترجمة باللغة الآسامية، عبارة عن سؤال أجاب عنه القسم العلمي بموقع الإسلام سؤال وجواب - أثابهم الله -، ونصه : " عليَّ قضاء من رمضان وأريد أن أصوم عاشوراء فهل يجوز لي صوم عاشوراء قبل القضاء. وهل لي أن أصوم عاشوراء والحادي عشر بنية قضاء رمضان، ويحصل لي أجر صيام عاشوراء ؟ ".

    যাৰ ওপৰত ৰমজানৰ কাযা ছওম আছে সেই ব্যক্তিৰ আশ্বুৰাৰ ছওম (ৰোজা) পালনঃ

    ] অসমীয়া – Assamese – آسامي [

    ইছলাম প্ৰশ্ন আৰু উত্তৰ

    —™

    অনুবাদঃ ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী

    ইছলামী বিশ্ববিদ্যালয় মদীনা ছৌদি আৰব

    صوم عاشوراء لمن عليه قضاء رمضان

    القسم العلمي بموقع الإسلام سؤال وجواب

    —™

    ترجمة: رفيق الإسلام بن حبيب الرحمن

    بسم الله الرحمن الرحيم

    21787: যাৰ ওপৰত ৰমজানৰ কাযা ৰোজা আছে সেই ব্যক্তিৰ আশ্বুৰাৰ ছওম (ৰোজা) পালনঃ

    প্ৰশ্ন: মোৰ ওপৰত ৰমজানৰ কাযা ৰোজা আছে। মই আশ্বুৰাৰ ৰোজা ৰাখিব বিচাৰো। এতেকে ৰমজানৰ ৰোজা কাযা পালন কৰাৰ আগতে আশ্বুৰাৰ ৰোজা ৰখা জায়েয হবনে? মুহৰ্ৰম মাহৰ ১০ তাৰিখ আৰু ১১ তাৰিখে ৰমজানৰ কাযা ৰোজাৰ নিয়ত কৰি ৰোজা ৰাখিলে আশ্বুৰাৰ ৰোজাৰ ছোৱাব মই পামনে?

    উত্তৰ:

    সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে।

    এক: যাৰ ওপৰত এদিন বা একাধিক দিনৰ ৰমজানৰ ফৰজ ৰোজা কাযা আছে তেওঁ নফল ৰোজা ৰাখিব নোৱাৰিব। বৰং আগতে ফৰজ ৰোজাৰ কাযা আদায় কৰিব লাগিব; তাৰ পিছত নফল ৰোজা ৰাখিব।

    দুই: যদি কোনোবাই মুহৰ্ৰম মাহৰ ১০ তাৰিখ আৰু ১১ তাৰিখে ৰমজান মাহৰ কাযা ৰোজা পালনৰ নিয়ত কৰি ৰোজা ৰাখে তেন্তে সেইটো জায়েয হ'ব লগতে উভয় দিনৰ কাযা ৰোজা আদায় হৈ যাব। দলীল হৈছে-

    " إنما الأعمال بالنيات ، وإنما لكل امرئ ما نوى " .فتاوى اللجنة الدائمة 11/401

    “প্ৰত্যেক আমল নিয়ত অনুযায়ী হয়; প্ৰত্যেক ব্যক্তিয়ে যিটো তেওঁ নিয়ত কৰে সেইটোৱেই পায়" [ফতোৱা বিষয়ক স্থায়ী কমিটি (১১/৪০১)]

    আশা কৰো আপুনি কাযা ৰোজাৰ ছোৱাব আৰু সেই দিনৰ ৰোজা ৰখাৰ উভয় ছোৱাব পাব। [চাওঁক: শ্বাইখ উছাইমীনৰ 'মানাৰুল ইছলাম ফতোৱাসমগ্ৰ (২/৩৫৮)]

    ইছলাম প্ৰশ্ন আৰু উত্তৰ

    ক্যাটাগৰি সমূহ