সঠিক পদ্ধতিত সহজ ছালাত (নামাজ) শিক্ষা
أعرض المحتوى باللغة العربية
মাননীয় অৱসৰপ্ৰাপ্ত জিলা ন্যায়াধীশ ইকৰামূল হুচেইন ছাৰে সংকলন কৰা সঠিক পদ্ধতিত সহজ ছালাত শিক্ষা পুথিখনত কোৰআন আৰু ছহীহ হাদীছৰ আলোকত ছালাতৰ পদ্ধতি অতি সুন্দৰভাৱে উল্লেখ কৰা হৈছে। আশা কৰো অসমবাসী ৰাইজে ইয়াৰ দ্বাৰা উপকৃত হ’ব।