×
Image

সিহঁতে মীনাৰ বাহিৰত ৰাতি অতিবাহিত কৰিছে; সিহঁতে জনা নাছিল যে মীনা সিহঁতৰ ওচৰত - (অসমীয়া)

হাজীসকলে যদি আয়্যামে তাশ্বৰিকৰ তিনি ৰাতি মীনাত অতিবাহিত নকৰে তাক হুকুম কি? অথবা কোনোবাই যদি ভুলবশতঃ ৰাতি অতিবাহিত কৰিব পৰা নাই তাৰ বিধান কি?

Image

মছজিদৰ ইমাম-মুৱাজ্জিনক যাকাতৰ ধন দিয়া যাবনে? - (অসমীয়া)

প্ৰশ্ন: মছজিদৰ ইমাম-মুৱাজ্জিন যদি আৰ্থিকভাৱে সচ্ছল নহয় তেনেহ’লে তেওঁলোকক যাকাতৰ পৰা এটা অংশ দিব পাৰিনে? উক্ত ফতোৱাত এই প্ৰশ্নৰ উত্তৰ দিয়া হৈছে।

Image

বছৰৰ মাজত উপাৰ্জিত সম্পদৰ যাকাত - (অসমীয়া)

প্ৰশ্ন: সম্পদৰ যাকাত নিচাব পৰিমাণ হোৱাৰ পৰা হিচাপ কৰা হ’ব? নে বছৰ পূৰ্ণ হোৱাৰ পিছত হিচাপ কৰা হ’ব? উক্ত ফতোৱাত প্ৰশ্নৰ উত্তৰ প্ৰদান কৰা হৈছে।

Image

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ জন্ম আৰু মৃত্যুৰ তাৰিখ সম্পৰ্কে আলিমসকলৰ একাধিক অভিমত আৰু অগ্ৰগণ্য মতৰ উল্লেখ - (অসমীয়া)

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ জন্ম আৰু মৃত্যুৰ তাৰিখ সম্পৰ্কে আলিমসকলৰ মাজত একাধিক অভিমত পোৱা যায়। সেয়ে এই ফতোৱাটোত সেই সকলো মত উল্লেখ কৰি অগ্ৰগণ্য মত পোষণ কৰা হৈছে।

Image

মুহৰ্ৰম মাহত অধিক নফল ৰোজা ৰখাৰ ফজীলত - (অসমীয়া)

প্ৰশ্ন: মুহৰ্ৰম মাহত অধিক ৰোজা ৰখা ছুন্নত নে? আন আন মাহৰ ওপৰত এই মাহৰ কোনো বিশেষত্ব আছে নেকি? উক্ত প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিছে (আল-ইছলাম প্ৰশ্ন আৰু উত্তৰ ৱেবছাইট কৰ্তৃপক্ষই)

Image

কেনেকৈ আপোনাৰ হজ্জটো মকবুল হজ্জ হ’ব? - (অসমীয়া)

উক্ত ফতোৱাত মকবুল হজ্জৰ কিছুমান বিধি-বিধান উল্লেখ কৰা হৈছে যিবোৰ পালন কৰিলে এজন মুছলিম ব্যক্তিৰ হজ্জ সফল হ’ব ইন শ্বা আল্লাহ।

Image

হজ্জৰ কাৰ্যাৱলী শেষ হোৱাৰ আগতে বিদায়ী তাৱাফ কৰা ঠিক নহয় - (অসমীয়া)

হাজী চাহেবৰ বাবে জুলহিজ্জা মাহৰ ১২ তাৰিখে পোৱাৰ ভাগত বিদায়ী তাৱাফ কৰা আৰু তাৰ পিছত মীনাত উভতি আহি শিল গুটি দলিয়াই নিজ দেশৰ উদ্দেশ্যে ভ্ৰমণ কৰা জায়েয হ’বনে?

Image

এনে ব্যক্তি যিয়ে হজ্জ কৰিব বিচাৰে কিন্তু হজ্জৰ কাৰ্যাৱলী সম্পৰ্কে অৱগত নহয় - (অসমীয়া)

এনে ব্যক্তি যিয়ে হজ্জ কৰিব বিচাৰে কিন্তু হজ্জৰ কাৰ্যাৱলী সম্পৰ্কে অৱগত নহয় তাৰ কৰণীয় কি এই বিষয়ে আলোচনা কৰা হৈছে

Image

এজন মৃত ব্যক্তিৰ ফালৰ পৰা একেই সময়ত দুজন ব্যক্তিৰ ওমৰাহ আদায় কৰা জায়েয হ’বনে? - (অসমীয়া)

এজন মৃত ব্যক্তিৰ ফালৰ পৰা একেই সময়ত দুজন ব্যক্তিৰ ওমৰাহ আদায় কৰা জায়েয হ’বনে নাই সেই বিষয়ে ফতোৱা প্ৰদান কৰা হৈছে।

Image

কোৰআন তিলাৱাত বা আন আন ইবাদতৰ ছোৱাব মৃত ব্যক্তিৰ ওচৰত পৌঁছে নে? - (অসমীয়া)

কোৰআন তিলাৱাত বা আন আন ইবাদতৰ ছোৱাব মৃত ব্যাক্তিলৈ প্ৰেৰণ কৰা সম্পৰ্কে তিনিটা ফতোৱা। ১) জীৱিত ব্যক্তিৰ তিলাৱাত বা ইচালে ছোৱাবৰ দ্বাৰা মৃত ব্যক্তি উপকৃত হয়নে? ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম কবৰৰ ওচৰেদি যোৱাৰ সময়ত কি কৰিছিল? ২) তিলাৱাতৰ বিনিময় গ্ৰহণ কৰা বৈধনে? আৰু বিনিময়দাতা ইয়াৰ বাবে গুণাহগাৰ হবনে? ৩) কোৰআন....

Image

ৰমজান মাহত দিনৰ ভাগত শাৰীৰিক মিলন সংক্ৰান্ত ৬ টা মাছআলা - (অসমীয়া)

উক্ত ফতোৱাত ৰমজান মাহত দিনৰ ভাগত শাৰীৰিক মিলন সংক্ৰান্ত ৬ টা মাছআলাৰ বৰ্ণনা কৰা হৈছে।

Image

মুআজ্জিনে আজান দি থকা অৱস্থাত স্ত্ৰী সহবাস কৰিছে, ছওম ভঙ্গ হ’বনে? - (অসমীয়া)

মুআজ্জিনে আজান দি থকা অৱস্থাত স্ত্ৰী সহবাস কৰিছে, সেই ব্যক্তিৰ ছওম ভঙ্গ হ’বনে? এই বিষয়ে ফতোৱা প্ৰদান কৰিছে ইছলাম প্ৰশ্ন উত্তৰ বেৱছাইট কৰ্তৃপক্ষই।