×
Image

ৰজব মাহ সম্পৰ্কে সতৰ্কবাণী - (অসমীয়া)

ৰজব মাহ সম্পৰ্কে জ্ঞাতব্যঃ পৱিত্ৰ মাহ সমূহৰ বৰ গুৰুত্ব আহিছে। সেই পৱিত্ৰ মাহ সমূহৰ মাজতে এটা হৈছে ৰজব মাহ। গতিকে পাপ কৰ্ম আৰু প্ৰচলিত বিদআত বৰ্জন কৰি এই মাহৰ পৱিত্ৰতা ৰক্ষা কৰা প্ৰত্যেকৰে দায়িত্ব। এই প্ৰৱন্ধত সেই বিষয়টোকে উল্লেখ কৰা হৈছে।

Image

যুলহিজ্জা মাহৰ প্ৰথম দহ দিনৰ : ফজিলত আৰু আমল - (অসমীয়া)

এই ভাষনত কোৰআন আৰু ছুন্নাহৰ আলোকত যুলহিজ্জা মাহৰ প্ৰথম দহকৰ ফজিলত, আৰু ইয়াত কৰিবলগীয়া আমলসমূহ আলোচনা কৰা হৈছে।

Image

যাৰ ওপৰত ৰমজানৰ কাযা ছওম আছে সেই ব্যক্তিৰ আশ্বুৰাৰ ছওম (ৰোজা) পালন - (অসমীয়া)

প্ৰশ্ন: মোৰ ওপৰত ৰমজানৰ কাযা ৰোজা আছে। মই আশ্বুৰাৰ ৰোজা ৰাখিব বিচাৰো। এতেকে মোৰ বাবে ৰমজানৰ ৰোজা কাযা পালন কৰাৰ আগতে আশ্বুৰাৰ ৰোজা ৰখা জায়েয হ’বনে? মুহৰ্ৰম মাহৰ ১০ তাৰিখ আৰু ১১ তাৰিখে ৰমজানৰ কাযা ৰোজাৰ নিয়ত কৰি ৰোজা ৰাখিলে আশ্বুৰাৰ ৰোজাৰ ছোৱাব মই পামনে? উক্ত প্ৰশ্ন উত্তৰ প্ৰদান কৰিছে....

Image

ৰজব মাহত ছিয়াম পালন কৰা সম্পৰ্কে - (অসমীয়া)

ৰজব মাহত ছিয়াম পালন কৰা সম্পৰ্কে শ্বাইখ ছলেহ আল মুনাজ্জিদ হাফিজাহুল্লাহৰ দ্বাৰা পৰিচালিত ৱেব ছাইট আল ইছলাম প্ৰশ্ন উত্তৰৰ পৰা ফতোৱাটোৰ অসমীয়া অনুবাদ আগবঢ়োৱা হ’ল।

Image

চৰিয়তী দৃষ্টিত খৃষ্টীয় নৱবৰ্ষ উদযাপন - (অসমীয়া)

উৎসৱ পালন জাতি-ধৰ্ম নিৰ্বিশেষে এটা সামগ্ৰিক ফিনমিনন। মুছলিম উম্মাহৰ ঈদৰ সৈতে আকিদা-বিশ্বাস আৰু জীৱনাদৰ্শ সংমিশ্ৰিত, আৰু ই সকলো বিজাতীয় উৎসৱৰ পৰা সম্পূৰ্ণ ভিন্ন। সেয়ে বিজাতীয় কোনো উৎসৱত মুছলিমে অংশ গ্ৰহণ কৰা বৈধ নহয়। উক্ত প্ৰৱন্ধটোত সেই বিষয়ে আলোচনা কৰা হৈছে।

Image

আশ্বুৰাৰ ৰোজা ৰখাৰ ফজীলত - (অসমীয়া)

উক্ত ফতোৱাটোত এই প্ৰশ্নৰ উত্তৰ দিয়া হৈছে। প্ৰশ্ন: মই শুনিছো আশ্বুৰাৰ ৰোজাই বিগত বছৰৰ গুনাহ মোচন কৰি দিয়ে- এইটো সঁচা নে? সকলো গুনাহ মোচন কৰেনে; কবিৰা গুনাহো মোচন কৰে নেকি? এই দিনৰ ইমান ডাঙৰ মৰ্যদাৰ কাৰণ কি?

Image

মুহৰ্ৰম মাহত অধিক নফল ৰোজা ৰখাৰ ফজীলত - (অসমীয়া)

প্ৰশ্ন: মুহৰ্ৰম মাহত অধিক ৰোজা ৰখা ছুন্নত নে? আন আন মাহৰ ওপৰত এই মাহৰ কোনো বিশেষত্ব আছে নেকি? উক্ত প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিছে (আল-ইছলাম প্ৰশ্ন আৰু উত্তৰ ৱেবছাইট কৰ্তৃপক্ষই)

Image

ৰমজান মাহত দিনৰ ভাগত শাৰীৰিক মিলন সংক্ৰান্ত ৬ টা মাছআলা - (অসমীয়া)

উক্ত ফতোৱাত ৰমজান মাহত দিনৰ ভাগত শাৰীৰিক মিলন সংক্ৰান্ত ৬ টা মাছআলাৰ বৰ্ণনা কৰা হৈছে।

Image

মুআজ্জিনে আজান দি থকা অৱস্থাত স্ত্ৰী সহবাস কৰিছে, ছওম ভঙ্গ হ’বনে? - (অসমীয়া)

মুআজ্জিনে আজান দি থকা অৱস্থাত স্ত্ৰী সহবাস কৰিছে, সেই ব্যক্তিৰ ছওম ভঙ্গ হ’বনে? এই বিষয়ে ফতোৱা প্ৰদান কৰিছে ইছলাম প্ৰশ্ন উত্তৰ বেৱছাইট কৰ্তৃপক্ষই।

Image

বীৰ্যপাত নকৰাকৈ কেৱল হস্তমৈথুনৰ কাৰণে ছওম ভঙ্গ হ’বনে? - (অসমীয়া)

বীৰ্যপাত নকৰাকৈ কেৱল হস্তমৈথুনৰ কাৰণে ছওম ভঙ্গ হ’বনে? এই বিষয়ে ফতোৱা প্ৰদান কৰিছে ইছলাম প্ৰশ্ন উত্তৰ বেৱছাইট কৰ্তৃপক্ষই।

Image

কবিৰা গুনাহ কৰিলে ছওম নষ্ট হয় নেকি? - (অসমীয়া)

উক্ত ফতোৱাত কবিৰা গুনাহ কৰিলে ছওম নষ্ট হ’বনে নাই সেই বিষয়টো স্পষ্ট কৰা হৈছে।