অসমীয়া ভাষাত আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ। [ 004 ] ছুৰা আন-নিছা
- মিশ্বাৰী বিন ৰা-শ্বিদ আল আফাছী
- 07/09/2024
অসমীয়া ভাষাত (ছুৰা আন-নিছা)ৰ অৰ্থানুবাদৰ অডিঅ ৰেকৰ্ডিং। আয়াত অনুসৰি খণ্ডিত। লগতে ক্বাৰী মিশ্বাৰী ৰাশ্বিদ আল-আফাছীৰ কণ্ঠত তিলাৱত।